Geo info, latest news, current affairs geographical knowledge, health tips, HS geography notes Assam

Breaking

Sunday, July 14, 2019

বন্দৰ আৰু পোতাশ্ৰয়ৰ মাজত থকা পাৰ্থক্য সমূহ

প্ৰশ্ন:- বন্দৰ আৰু পোতাশ্ৰয়ৰ মাজত থকা পাৰ্থক্য সমূহ লিখা।

উত্তৰ:

            বন্দৰ আৰু পোতাশ্ৰয়ৰ মাজত থকা পাৰ্থক্য সমূহ  তলত দিয়া ধৰণে উল্লেখ কৰিব পাৰি:-

বন্দৰ আৰু পোতাশ্ৰয়ৰ মাজত থকা পাৰ্থক্য সমূহ

            ক) বন্দৰ সমূহৰ দ্বাৰা সাগৰীয় জাহাজৰ পৰা বিভন্ন প্ৰকাৰৰ সা-সামগ্ৰী আৰু যাত্ৰী সকলক উঠোৱা আৰু নমোৱাৰ ব্যবস্থা কৰা হয।           

               পোতাশ্ৰয় সমূহত বন্দৰৰ দৰেই সকলো কাম কাজ কৰা হয যদিও জাহাজ বোৰত প্ৰাকৃতিক দুৰ্যোগৰ পৰা সুৰক্ষা প্ৰদানৰ ব্যবস্থা কৰা হয।            

খ) বন্দৰ সমূহ কম পৰিসৰৰ, অৰ্থাৎ ইহতৰ আকৃতি কম।          

               পোতাশ্ৰয় সমূহ বহল পৰিসৰৰ, অৰ্থাৎ ইহতৰ আকৃতি অধিক।            

গ) বন্দৰ হৈছে জাহাজ ৰখা ঠাই।            

               পোতাশ্ৰয় হৈছে জাহাজ সংৰক্ষন কৰা ঠাই।    

        ঘ) বন্দৰ সমূহ মানুহে সৃস্তি কৰে, 

                 অন্য হাতে পোতাশ্ৰয় সমুহ মানুহ বা প্ৰকৃতিয়ে সৃষ্টি কৰে।

No comments:

Post a Comment