প্ৰশ্ন:- সহযোগি (সহযোগিতা) কৃষি বুলিলে কি বুজা? ইয়াৰ বৈশিষ্ট সমুহৰ বিষযে লিখা।
সহযোগি (সহযোগিতা) কৃষি এক বিশেষ ধৰণৰ কৃষি যত কৃষক সকলে নিজৰ সম্পত্তি সমুহ সামুহিক ভাবে এক লগ কৰে। ইয়াৰ মূখ্য উদ্দেশ্য পৰস্পৰে পৰস্পৰক সহায় কৰা। ইয়াত নিজ সম্পত্তিৰ মালিকিস্বত্ব নিজৰ হাততে থাকে কিন্ত উৎপাদন বৃদ্বীৰ উদ্দেশ্যে ব্যক্তিগত সম্পত্তি সমূহ এক লগ কৰা হয়।
ইয়াৰ
প্ৰধান বৈশিষ্ট সমুহ হ’ল:
১) খেতি পথাৰ সমূহৰ আকাৰ বৃদ্বি পায়।
২) কৃষক সকলে উৎকৃষ্ট মানৰ বীজ আৰু সথিক
জলসিঞ্চন পদ্বতি অৱলম্বন কৰিব পাৰে।
৩) খেতিৰ উৎপান বৃদ্বি পায/হয়।
৪) খেতিয়কৰ আয় বৃদ্বি হয।
৫) জীৱন নিৰ্বাহৰ মানদন্দ উন্ন্ত হয।
No comments:
Post a Comment