Geo info, latest news, current affairs geographical knowledge, health tips, HS geography notes Assam

Breaking

Tuesday, May 14, 2019

ভাৰতবৰ্ষত কিয় চিকাৰ কাৰ্য বন্ধ কৰা হৈছিল?


ভাৰতবৰ্ষত কিয় চিকাৰ কাৰ্য বন্ধ কৰা হৈছিল?


উত্তৰ:-
ভাৰতবৰ্ষত কিয় চিকাৰ কাৰ্য বন্ধ কৰা হৈছিল?

 ১৯৭২ চনৰ বন্যপ্ৰাণী শ্ংৰক্ষন আইনে ভাৰতবৰ্ষত চিকাৰ কাৰ্য বন্ধ কৰে। ইয়াৰ্ প্ৰধান কাৰন হ’ল যে চিকাৰ কাৰ্যৰ ফলত বিভিন্ন বন্যপ্ৰাণীৰ অস্তীত্বৰ ওপৰত ভাবুকি আনে। আনহাতে বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু বিলোপ্ত হয় আৰু বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু বিলোপ্তৰ পথলৈ আহে। সেযেহে ভাৰতীয় চৰকাৰে ভাৰতবৰ্ষত চিকাৰ কাৰ্য বন্ধ কৰে।

No comments:

Post a Comment